ডিগবৈঃ তেল চুৰি চক্ৰৰ বিৰুদ্ধে ডিগবৈত আৰক্ষীৰ অভিযান।

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী আৰু ডিগবৈ আৰক্ষীৰ এটা দলে অভিযান চলাই ডিগবৈৰ ৩নং কুলাইত অবৈধ তেলৰ গুডাম উৎখাত কৰে।

আৰু পঢ়কঃৰূপহীহাটত খেদি খেদি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে আৰক্ষীয়ে

আৰক্ষীয়ে অবৈধ তেল ব্যৱসায়ৰ লগত জড়িত ৫জন লোককো আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, এই চক্ৰটোৱে এমাহ ধৰি কম মূল্য়ত তেল ক্ৰয় কৰি এই তেলৰ গুডামটোত জমা কৰি অধিক মূল্য়ত গ্ৰাহকক বিক্ৰী কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

আৰক্ষীয়ে গুডামটোৰ পৰা বৃহৎ পৰিমাণৰ পেট্ৰ’ল-ডিজেল জব্দ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply