ডিগবৈঃ ডিগবৈ টিংৰাই বোমা বিস্ফোৰণৰ জড়িত পুনৰ দুজনক গ্ৰেপ্তাৰ।

সেনা-আৰক্ষীয়ে যুৱকদুজনৰ নিজ নিজ বাসগৃহৰ পৰা দুয়োজনকে গ্ৰেপ্তাৰ কৰে।

ধৃত ৰনজিৎ চাংমাই (১৯)আৰু হীৰেন গগৈ ওৰফে মুনু (৩০)।

আৰু পঢ়কঃডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত এজনক আটক

দুয়োজন লক্ষীপথাৰ অঞ্চলৰ বাসিন্দা।

বিস্ফোৰণ কাণ্ড সংঘটিত সময়ত ধৃত হীৰেন গগৈ ওৰফে মুনুৱে পৰিধান কৰা পেন্ট আৰু জোতা আৰক্ষীয়ে উদ্ধাৰ কৰে।

দুয়োকে পৃথকে পৃথকে ডিগবৈ ভাৰতীয় সেনা আৰু আৰক্ষীয়ে জেৰা অব্যাহত‌ ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply