ডিগবৈঃ ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত এজনক আটক কৰে তিনিচুকীয়া জিলা আৰক্ষীয়ে।

আটকধীন যুৱক জন লক্ষীপথাৰৰ দীপেন গগৈ।

যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বোমা বিস্ফোৰণত ব্যৱহৃত মটৰচাইকেল।

বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।

আৰু পঢ়কঃভিডিঅ’ কণফাৰেন্সযোগে ক’ভিড পৰিস্থিতিৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ পৰ্যালোচনা

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে যুৱকজনক জেৰা কৰি আছে।

শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই বজাৰত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণ।

বিস্ফোৰণত দুজন লোকে  প্ৰাণ হেৰোৱাৰ লগতে আহত হৈছিল কেইবাগৰাকীয়ো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply