ডিফুঃ ডিফুৰ পাণবাৰীত হেৰোইন জব্দ। ধনশিৰিৰ পৰা হাওৰাঘাটলৈ ড্ৰাগছ সৰবৰাহ কৰোতে আৰক্ষীৰ নাকা তালাচীত জব্দ প্ৰায় ১৯৪গ্ৰাম হেৰোইন।

এএছ ০৯ এচি ৭৯৪৫ নম্বৰৰ এখন অ’ট’ত আহি থকা জ্যোস্নাৰা বেগম নামৰ এগৰাকী মহিলাৰ বেগৰ পৰা উদ্ধাৰ প্ৰায় ১৫টা হেৰোইনৰ কন্টেইনাৰ।

লগতে পঢ়কঃক্ষেত্ৰীৰ বৰটাৰীত গৰু চোৰৰ উপদ্ৰৱ

উদ্ধাৰ হোৱা হেৰোইনখিনিৰ বজাৰ মূল্য ১৪ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে বিশেষ তথ্যৰ আধাৰত ডিফুৰ পাণবাৰীত এক বিশেষ নাকা স্থাপন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply