ডিফুঃ ডিফুত এ পিএছ চি পৰীক্ষাত উওীৰ্ণ কাৰ্বি আংলঙৰ ৬প্ৰাৰ্থীক সম্বৰ্ধনা।
কেএচ এৰ উদ্যোগত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠান।
লগতে পঢ়কঃপ্ৰতিবাদ কাৰীৰ সৈতে ৰাজপথত বহি আলোচনা অভিভাৱক মন্ত্ৰী বিমল বৰাৰ
চলিত বৰ্ষত এপিএছচি পৰীক্ষাত উওীৰ্ণ কাৰ্বি আংলঙৰ ছয় প্ৰাৰ্থী ক্ৰমে- হাৰলংবি তিমুং,মীৰলিন তেৰাংপী, চিকাৰী টেৰণ , সনজা তিমুং, ৰূপকাছেন তেৰাংপি আৰু স্বতী তেৰংপিক কাৰ্বি ছাত্র সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে ।