ডবকাঃ ডবকাত চাঞ্চল্যকৰ ঘটনা ৷ ডবকাৰ সৰ্দাৰগাঁৱৰ জলসিঞ্চনৰ নলাত উদ্ধাৰ এটি নৱজাতক শিশুৰ মৃতদেহ ৷

নলাত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ স্থানীয় লোকে অৰ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰি ডবকা আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰে।

লগতে পঢ়কঃঅসম নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰীজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

কোনো পাষাণ হৃদয়ৰ লোকে নিজৰ কংলক ঢাকিবলৈ শিশুটিৰ জন্ম হোৱাৰ পিছতেই মুখলজ্জাৰ ভয়ত এনেদৰে নলাত পেলাই দিয়া বুলি সন্দেহ কৰিছে স্থানীয় লোকে৷

পাষাণ পিতৃ-মাতৃক বিচাৰি ডবকা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply