ডবকাত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ গ’ল এটা পৰিয়ালৰ বাসগৃহ
ডবকাৰ দক্ষিণ ভেদৌআটীত সংঘটিত হ’ল এই ঘটনা।
জুইত ইমৰান হুছেইন নামৰ লোকজনৰ ঘৰ ভষ্মীভূত হয়।

নিজা গাৱৰে কৌচৰ আলম, মুকচিদুল আৰু আশ্বিকুলৰ ওপৰত ঘৰ জ্বলোৱাৰ অভিযোগ।

সমগ্ৰ ঘটনা ৰহস্যৰ আবৰ্তত।
ডবকা আৰক্ষীৰ তদন্ত আৰম্ভ।

লগতে পঢ়ক-অনিমেষ ভূঞাৰ হত্যাকাণ্ড; মাতৃৰ বুকু উদং কৰা এনে জিঘাংসাৰ অন্ত পৰিব কেতিয়া?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply