ডবকাঃ ডবকাৰ ভেলেউগুৰিত ভয়ংকৰ ঘটনা।

পত্নীৰ কোঠাৰৰ ঘাপত গুৰুত্বভাৱে আহত হয় স্বামী।

জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ ফলতে শ্ৰাবন্তি শৰ্মা নামৰ মহিলা গৰাকীয়ে স্বামী বিজয় শৰ্মাক কোঠাৰেৰে ঘপিয়াই দিয়ে।

আৰু পঢ়কঃআৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিলে ৰাইজে

বৰ্তমান সংকটজনক অৱস্থাত বিজয় শৰ্মাক গুৱাহাটী জিএমচিএইচত ভৰ্তি কৰোৱা হয়।

ডবকা আৰক্ষীয়ে শ্ৰাবন্তি শৰ্মাক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply