ডবকাঃ ডবকাত মাজ নিশা আৰক্ষীৰ এনকাউন্টাৰ ৷

বাইক চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা ৷

লগতে পঢ়কঃগোৱালপাৰা অসমাৰিক চিকিৎসালয়ৰ নৱজাতকৰ আই চি ইউত অগ্নিকাণ্ড

গুৰুতৰভাবে আহত বাইক চুৰ জাকিৰ হুছেইন ৷

আহত জাকিৰ হুছেইনক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,510 other subscribers

Leave a comment

Leave a Reply