ইষ্টম'জ' অসম
ইষ্টম'জ' অসম

ডবকা- নিৰ্বাচনৰ প্ৰাকমূহৰ্ত্তত ডবকাত তীব্ৰ উত্তেজনা।

মিকিৰ জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে যমুনামুখ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দিলৱাৰা চৌধুৰীৰ বিৰুদ্ধে।

আৰু পঢ়কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পতি পত্নীয়েই ধনীৰ তালিকাত শীৰ্ষত

ডবকাৰ জাব্ৰাখোৱাত প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ  প্ৰতিবাদ সাব্যস্ত কৰে।

যমুনামুখ সমষ্টিৰ জাব্ৰাখোৱাত প্ৰায় শতাধিক ৰাইজে দাহ কৰিলে প্ৰাৰ্থীগৰাকীৰ প্ৰতিমূৰ্তি ।

২৪ ঘন্টাৰ ভিতৰত দিলৱাৰা বেগম চৌধুৰীয়ে ক্ষমা নুখুজিলে ভয়ংকৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে জাব্ৰাখোৱা অঞ্চলৰ কাৰ্বি সমাজে।

আৰু পঢ়কঃ গোলাঘাটত জব্দ নগদ ৩ লাখ ৫০ হাজাৰ টকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply