ডিফুঃ সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় ৷
পশ্চিম কাৰ্বি আংলং জিলাৰ শিশু প্ৰকল্পৰ উদ্যোগত ডংকামোকাম ফাংকিৰি গাঁৱত উদযাপন কৰা অনুষ্ঠানটিত দুগৰাকীকৈ মহিলা কাছে টেৰংপি আৰু চিদি টেৰংপিক সেৱামূলক কৰ্মৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
লগতে পঢ়কঃশোণিতপুৰৰ চাৰিদুৱাৰত বালিপাৰা শাখা বড়ো সাহিত্য সভাৰ ৫০তম অধিৱেশন
সমগ্ৰ অনুষ্ঠানটো পৰিচালনাৰ ক্ষেত্ৰত ৰংখাং খণ্ড শিশু প্ৰকল্প বিষয়া কাবেৰি ক্ৰপীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷