ডুমডুমাঃ ডুমডুমাৰ টিপুক চাহ বাগিছাৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰ বেগী ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ হেৰুৱাই কাক পথাৰৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি লক্ষী সোণোৱালে।

আৰু পঢ়কঃ মানকাচৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ মহিলা সকলে ঘৰে ঘৰে গৈ চলালে নিৰ্বাচনী প্ৰচাৰ

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন টিপুক চাহ বাগিছাৰ আছিল বুলি জানিব পৰা গৈছে।

লক্ষী সোণোৱালৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে।

আৰু পঢ়কঃ অসমত পুনৰ ৫৩জন কৰোণা ভাইৰাছত আক্ৰান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply