গুৱাহাটীঃ কোৰোনাত আক্ৰান্ত বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা।

বৰ্তমান মহানগৰীৰ এক্সেল কেয়াৰ হস্পিতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে সাহিত্যিক গৰাকী।

হাওঁফাওঁত সংক্ৰমণ হৈছে সাহিত্যিক গৰাকীৰ।

২০ মেত কৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰাইছিল লক্ষ্মীনন্দন বৰাক ।


স্বাস্থ্যৰ অবনতি ঘটাত ২৪ মেৰ পৰা ICUত ভৰ্তি কৰোৱা হয়।


চিকিৎসকৰ মতে হাইপাৰকেপনিয়াত আক্ৰান্ত হৈছে ড° বৰা ।

তেজত কাৰ্বন ড্ৰাই অক্সাইডৰ পৰিমান বাঢ়িছে বুলি চিকিৎসকে জানিবলৈ দিয়ে।

আৰু পঢ়কঃধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি অতিৰিক্ত ৰাজহ অৰ্জনৰ আহ্বান

অসম সাহিত্যি সভাৰ প্ৰাক্তন সভাপতি আছিল ড০ লক্ষ্মীনন্দন বৰা।

তেখেতৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply