ৰূপহীহাট : জুৰীয়াৰ জামুগুৰি গাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জুৰীয়া আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া চলায় এক ড্ৰাগছ বিৰোধী অভিযান।

আৰক্ষীৰ অভিযানত এখন পালছাৰ বাইকৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰগছসহ দুই ড্ৰাগছ ব্যৱসায়ী আটক হয়। আৰক্ষীয়ে অভিযান কালত উদ্ধাৰ কৰে দুটা মোবাইল ফোন আৰু নগদ ১৯০০ টকা।

লগতে পঢ়ক : ক’ভিডত মৃত অসমীয়া সাংবাদিকে নাপালে ক্ষতিপূৰণ

আৰক্ষীয়ে অভিযানত আটক কৰে কদমনিৰ গুলজাৰ হুছেইন আৰু বাটামাৰি গাঁৱৰ মিৰ হুছেইনক। ড্ৰাগছ ব্যৱসায়ী দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply