নগাঁৱত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷
কাতিমাৰী পথাৰত অভিযান চলাই নিশা আৰক্ষীয়ে কৰায়ত্ত কৰে হিৰ’ইন সহ এটা ড্ৰাগছ সৰবৰাহকাৰীক ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম গুলজাৰ হুছেইন ৷
আৰক্ষীয়ে গুলজাৰৰ পৰা জব্দ কৰিছে ১,০২ গ্ৰাম হিৰ’ইন আৰু ম’বাইল ফোন ৷

লগতে পঢ়ক- অবৈধ খোৱাপানী যোগানক লৈ মহানগৰীত অভিযান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply