ধুবুৰী ড্রাগছ বিৰোধী অভিযান

ধুবুৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী আৰক্ষীৰ এটি বৃহৎ দলে  ধুবুৰীৰ এ এম কোঃ ৰোড আৰক্ষী থানৰ অন্তৰ্গত বগুলা মাৰিত  ড্ৰাগছৰ ঘটি উৎখাত কৰে ।

ধৃত যুৱক জনৰ নাম ক্ৰমে ইনছাঁন আলি । ইনছাঁন আলিৰ ঘৰ বগুলামাৰীত । এম কো ৰোড থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী নীলমণি নাথে ধৃত গৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ SP ছাঁন টেবলেট আৰু R7 নিচা জাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যবসায়ী জনক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে উটুৱাই নিলে পাচনৈৰ দলং

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply