গুৱাহাটী মহানগৰীত প্ৰায় ১৬ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ। গুৱাহাটীৰ গড়চুকত ড্ৰাগছ বিৰোধী অভিযানত এই সফলতা আৰক্ষীৰ।

এখন ১২ চকীয়া ট্ৰাকৰ পৰা জব্দ ২.৪২ কেজি হেৰ’ইন।গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল অভিযান।

ড্ৰাগ্ছখিনি ট্ৰাকেৰে উত্তৰ ভাৰতৰলৈ সৰবৰাহৰ সময়তে জব্দ কৰিবলৈ সক্ষম হ’ল মহানগৰ আৰক্ষী।

লগতে পঢ়ক-ৰাজ্যৰ ২৩ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে সাহিত্যিক পেঞ্চন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply