ড্ৰাগছসহ কচুৱাত নিশা দুজনক আটক

নিশা নগাঁও জিলাৰ কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

কচুৱা আৰক্ষীয়ে অভিযান চলাই এখন সাৰৰ দোকানৰ পৰা ড্ৰাগছ সহ দুজনক আটক কৰে ।

যুৱক দুজন ক্ৰমে কচুৱা আদৰ্শ চিকিৎসা কৰ্মী মামুদ হুছেইন আৰু মুজাহিদ ইছলাম ।

ড্ৰাগছ খিনি মামুদ হুছেইনে বিক্ৰী কৰা বুলি অভিযোগ কৰিছে মুজাহিদ ইছলামে ।

লগতে পঢ়ক অসমত আকৌ ৫৬৯৯জন কোৰোনাত আক্ৰান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply