কামপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

কামপুৰ: ক’ৰোনা মহামাৰীৰ মাজতে কচুৱাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ৷ কচুৱা আৰক্ষীয়ে অভিযান চলাই কচুৱা তিনিআলীৰ এখন দোকানৰ পৰা জব্দ কৰে গাঞ্জা সমূহ ৷
৫০ পেকেট গাঞ্জা আৰু ৫০০ টা গাঞ্জাৰ চিগাৰেট সহ চাইফুদ্দিন আহমেদ নামৰ এজন যুৱকক আটক কৰে ৷

নতুনকৈ নগাঁও জিলাৰ উপায়ুক্তক দায়িত্ব লোৱা আনন্দ মিশ্ৰই নগাঁও জিলাত ভয়াবহ ৰূপ লোৱা ড্ৰাগছৰ সেৱন বন্ধ কৰাৰ বাবে ৰাইজৰ সহযোগত ব্যবস্থা ল’ব বুলি ঘোষণা কৰিছে ৷

লগতে পঢ়ক কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ স্বাস্থ্য ব্যৱস্থা পৰ্যবেক্ষণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,272 other subscribers

Leave a comment

Leave a Reply