কামপুৰ: ক’ৰোনা মহামাৰীৰ মাজতে কচুৱাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ৷ কচুৱা আৰক্ষীয়ে অভিযান চলাই কচুৱা তিনিআলীৰ এখন দোকানৰ পৰা জব্দ কৰে গাঞ্জা সমূহ ৷
৫০ পেকেট গাঞ্জা আৰু ৫০০ টা গাঞ্জাৰ চিগাৰেট সহ চাইফুদ্দিন আহমেদ নামৰ এজন যুৱকক আটক কৰে ৷
নতুনকৈ নগাঁও জিলাৰ উপায়ুক্তক দায়িত্ব লোৱা আনন্দ মিশ্ৰই নগাঁও জিলাত ভয়াবহ ৰূপ লোৱা ড্ৰাগছৰ সেৱন বন্ধ কৰাৰ বাবে ৰাইজৰ সহযোগত ব্যবস্থা ল’ব বুলি ঘোষণা কৰিছে ৷
লগতে পঢ়ক কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ স্বাস্থ্য ব্যৱস্থা পৰ্যবেক্ষণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ