সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ।
নামতোলা আৰক্ষীৰ অভিযানত উদ্ধাৰ হ’ল ড্ৰাগছখিনি।
ড্ৰাগছ সৰবৰাহত জড়িত ৰমেন বৰগোঁহাইক আটক।
অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে নামতোলা আৰক্ষীয়ে।
দীৰ্ঘদিন ধৰি ড্ৰাগছ তথা অবৈধ নিচাজাতীয় দ্ৰব্যৰ বেহা অব্যাহত আছে নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাত।
লগতে পঢ়ক-বৰ্ষাপাৰাৰ ডকাইতিকাণ্ডত জড়িত আৰক্ষীৰ লোক