শিৱসাগৰ: শিৱসাগৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী।
ইয়াৰে এজন নগাঁও জিলাৰ জুৰিয়াত চাদাম হুছেইন আৰু আনজন শিৱসাগৰৰ কাকপথাৰৰ ইনামূল হুছেইন ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা তিনিটা ব্ৰাউন চুগাৰ জাতীয় নিষিদ্ধ ড্ৰাগছ জব্দ কৰে৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে দুয়োজন যুবকক ধৰিবলৈ সক্ষম হয়। এজনক কেবি চাৰিআালিত আৰু আনজনক ধাই আলিত ধৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক – শিৱসাগৰত আন্ত:ৰাজ্যিক বাইক চুৰি চক্ৰ সক্ৰিয়