দুলীয়াজানঃ দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা।

বিদ্যালয়ৰ সন্মুখৰ পৰাই ছাত্ৰীক অপহৰণৰ চেষ্টা।

দুখন বাহনত আহিছিল চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ দল।

চেইন্ট জেভিয়াৰ্ছ উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত পঢ়ি আছে ছাত্ৰী গৰাকী।

অপহৰণ কৰিব নোৱাৰি ছাত্ৰীগৰাকীক প্ৰহাৰো কৰে দুৰ্বৃত্তৰ দলটোৱে।

লগতে পঢ়কঃদিল্লীত এক দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে জামুগুৰিহাটৰ এজন যুৱকে

মুখত কলা কাপোৰ বান্ধি আহিছিল অপহৰণকাৰী দলটো।

বৰ্তমান ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply