দুলীয়াজানঃ দুলীয়াজানৰ ভাদৈ পাঁচআলিত সংঘটিত হ’ল জঘন্য কাণ্ড। এগৰাকী তিনিমহীয়া অন্তঃসত্ত্বাক দলবদ্ধভাৱে ধৰ্ষণ কৰে চাৰি পাষণ্ডই।
লগতে পাষণ্ড কেইটাই এগৰাকী যুৱতীকো ধৰ্ষণৰ চেষ্টা চলায়।
এই খবৰ লাভ কৰিয়েই নিশাই উক্ত অঞ্চলত আৰক্ষীয়ে অভিযান চলাই বিকি মণ্ডল(২৩), বীৰছা মুণ্ডা (২৩), ইমাল ধান (২৩), আৰু কৃষ্ণা ওৰাং (২৩)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।