ৰাজ্যিক কেবিনেটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰ আৰু পৰিৱেশ-সংবেদনশীল অঞ্চল সম্পৰ্কে সিদ্ধান্ত গ্ৰহণৰ পিছতেই কাজিৰঙাত এতিয়া ক্ষোভৰ জুই জ্বলিছে।

সাধাৰন ভাবে যুগ যুগ ধৰি বসবাস কৰি থকা লোকসকলৰ ভেটি আৰু খেতিমাটি ডৰা ইক’ ছেনচিটিভ জ’নৰ ভিতৰত পেলাই তাক উচ্ছেদৰ পৰিকল্পনা কৰিছে চৰকাৰে।

মহাত্মা গান্ধীৰ সপোনক বাস্তৱ ৰূপ দি বি.কে. ভাণ্ডাৰীয়ে ১৯৫০ চনতে নিৰ্মাণ কৰিছিল কুঠৰীৰ কুষ্ঠ কল্যাণ আশ্ৰম । এচিয়া মহাদেশৰ ভিতৰতো প্ৰথম কুষ্ঠ কল্যান আশ্ৰমক লেপ্ৰ’চি কলনি নামাৰেও জনজাত অঞ্চলটোত।

শেহতীয়াকৈ কেবিনেটৰ সিদ্ধান্ত মতে সংৰক্ষিত বনাঞ্চল ঘোষণা সিদ্ধান্তৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাশ্বৱৰ্তী কলিয়াবৰ মহকুমাৰ অন্তৰ্গত লেপ্ৰ’চি কলনিৰ ৰাইজৰ মাজত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply