নিউজ ডেস্কঃ আজি ঈদ-উল-ফিটৰ। কৰোনাৰ জটিল সময়ৰ বাবে সকলোৱে ঘৰতে অনুষ্টুপীয়াকৈ পালন কৰিছে ঈদ।

পবিত্ৰ ৰমজান মাহটোত এমাহ ৰোজাৰ অন্তত ইছলামধৰ্মী লোকে আজি পালন কৰিছে ঈদ।

গুৱাহাটীৰ মছজিদত পূৰ্বৰ দৰে নাই ঈদৰ পৰিৱেশ। কোভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবেই সকলোৰে মনত নাই ঈদৰ প্ৰকৃত উছাহ-আনন্দ।

মহানগৰীৰ বুঢ়া জামে মছজিদতো ঈদৰ কেৱল পৰম্পৰাহে পালন কৰিছে ।

কভিড সৃষ্ট পৰিৱেশৰ বাবে মছজিদ সমূহত নাই কোনো সমাগম।

আৰু পঢ়কঃ বৃহৎ আকাৰৰ লক্ষ্ণৌৰ পৰঠা ক’ত পাব গুৱাহাটীৰ বজাৰত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply