: পাঁচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা । উত্তৰ প্ৰদেশৰ ৪০৩ টা, পাঞ্জাৱৰ ১১৭ টা, উত্তৰাখণ্ডৰ ৭০ টা, গোৱাৰ ৪০ টা আৰু মণিপুৰৰ ৬০ টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হৈছে ।
পঞ্জাবৰ শেহতীয়া তথ্য মতে মুখ্যমন্ত্ৰী ছৰনজিত সিং ছন্নী, প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, কংগ্ৰেছ সভাপতি নবজ্যোত সিং সিদ্ধু, আকালী দলৰ সুখদেব সিং বাদল পিছ পৰি আছে।
শেহতীয়া অগ্ৰগতি তথ্য
উত্তৰ প্ৰদেশ (৪০৩)
বিজেপি-২০৬
সমাজবাদী পাৰ্টি -১১৩
বহুজন সমাজবাদী পাৰ্টি-০৪
কংগ্ৰেছ-০৪
অনান্য-০২
পঞ্জাব(১১৭)
কংগ্ৰেছ-১৪
বিজেপি-০৫
আপ-৮০
আকালী দল-১১
অনান্য-০১
উত্তৰাখণ্ড(৭০)
কংগ্ৰেছ-২১
বিজেপি-৩৮
অনান্য-০৫
গোৱা(৪০)
কংগ্ৰেছ-১২
বিজেপি-২১
তৃণমূল কংগ্ৰেছ-০৫
অনান্য-০২
মণিপুৰ(৬০)
কংগ্ৰেছ-০৮
বিজেপি-২৩
অনান্য-২০