ৰাণীঃ ৰাণীৰ উদয় পুৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু।

খেতিপথাৰত বিদ্যুতৰ তাঁৰ সংযোগ কৰাৰ ফলত নিহত হয় এটা প্ৰকাণ্ড মাইকী হাতীৰ। 

কাৱাছিং সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল চাৰিটা হাতী ৷ 

লগতে পঢ়কঃমাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

তাৰে এটা হাতী বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয়।

 ঘটনাস্থালীত ৰাণী বন বিভাগৰ দল আৰু ৰাণী আৰক্ষী উপস্থিত হৈ তদন্ত কৰিছে।

 ইতিমধ্যে খেতিপথাৰত বিদ্যুতৰ তাঁৰ সংযোগ কৰা দুজন লোকক  আৰক্ষীয়ে আটক কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply