নিউজ ডেস্ক : যোৱা ১২ জুনৰ পৰা আৰম্ভ হৈ গৈছে ফুটবল প্ৰেমীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা ইউৰো কাপ ২০২০। এইবাৰ ফুলবটৰ অন্যতম মহাৰণখন ইউৰোপৰ ১১খন মহানগৰত অনুষ্ঠিত হ’ব। ৰোমৰ অলিম্পিকো ষ্টেডিয়ামত ইটালী আৰু টুৰ্কীৰ মাজৰ প্ৰথমখন মেচেৰে আৰম্ভ হোৱা ইউৰো কাপ ২০২০ৰ ফাইনেল ১২ জুলাইত লণ্ডনত অনুষ্ঠিত হ’ব।
দল সমূহ
প্ৰতিটো গ্ৰুপত ৪ টাকৈ মুঠ ৬ টা গ্ৰুপত ভাগ কৰা ২৪ টা দল হৈছে – টুৰ্কী, ইটালী, ৱেলছ, ছুইজাৰলেণ্ড, ডেনমাৰ্ক, ফিনলেণ্ড, বেলজিয়াম, ৰাছিয়া, নেডাৰলেণ্ড, ইউক্ৰেইন, অষ্ট্ৰিয়া, নৰ্থ মেচিডোনিয়া, ইংলেণ্ড, ক্ৰোয়েচিয়া, স্কটলেণ্ড, চেক গণৰাজ্য, স্পেইন, চুইডেন, পোলেণ্ড, শ্লোভেকিয়া, হাংগেৰী, পৰ্টোগাল, ফ্ৰান্স আৰু জাৰ্মানি।
৬ টা গ্ৰুপ এইদৰে ভাগ কৰা হৈছে –
গ্ৰুপ এ
টুৰ্কী, ইটালী, ৱেলছ, ছুইজাৰলেণ্ড
গ্ৰুপ বি
ডেনমাৰ্ক, ফিনলেণ্ড, বেলজিয়াম, ৰাছিয়া
গ্ৰুপ চি
নেডাৰলেণ্ড, ইউক্ৰেইন, অষ্ট্ৰিয়া, নৰ্থ মেচিডোনিয়া
গ্ৰুপ ডি
ইংলেণ্ড, ক্ৰোয়েচিয়া, স্কটলেণ্ড, চেক গণৰাজ্য
গ্ৰুপ ই
স্পেইন, চুইডেন, পোলেণ্ড, শ্লোভেকিয়া
গ্ৰুপ এফ
হাংগেৰী, পৰ্টোগাল, ফ্ৰান্স, জাৰ্মানি
২০২১ ইউৰো কাপৰ সম্পূৰ্ণ সময়সূচী
গ্ৰুপ পৰ্য্যায়
শনিবাৰ, ১২ জুন
গ্ৰুপ এ : টুৰ্কী বনাম ইটালী – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, ৰোম
প্ৰুপ এ : ৱেলছ বনাম ছুইজাৰলেণ্ড – ভাৰতীয় সময়ত সন্ধিয়া ৬.৩০ বজাত, বাকু
গ্ৰুপ বি : ডেনমাৰ্ক বনাম ফিনলেণ্ড – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, কোপেনহেগান
দেওবাৰ, ১৩ জুন
গ্ৰুপ বি : বেলজিয়াম বনাম ৰাছিয়া – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, ছেইণ্ট পিটাৰ্ছবাৰ্গ
গ্ৰুপ ডি : ইংলেণ্ড বনাম ক্ৰোয়েচিয়া – ভাৰতীয় সময়ত সন্ধিয়া ৬.৩০ বজাত, লণ্ডন
গ্ৰুপ চি : অষ্ট্ৰিয়া বনাম নৰ্থ মেচিডোনিয়া – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, বুক্ৰেষ্ট
সোমবাৰ, ১৪ জুন
গ্ৰুপ চি : নেডাৰলেণ্ড বনাম ইউক্ৰেইন – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, আমষ্টাৰ্ডাম
গ্ৰুপ ডি : স্কটলেণ্ড বনাম চেক গণৰাজ্য – ভাৰতীয় সময়ত সন্ধিয়া ৬.৩০ বজাত, গ্লাছগ’
গ্ৰুপ ই : পোলেণ্ড বনাম শ্লোভেকিয়া – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, ছেইণ্ট পিটাৰ্ছবাৰ্গ
মঙলবাৰ, ১৫ জুন
গ্ৰুপ ই : স্পেইন বনাম চুইডেন – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, শ্যভিল
গ্ৰপ এফ : হাংগেৰী বনাম পৰ্টোগাল – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, বুদাপেষ্ট
বুধবাৰ, ১৬ জুন
গ্ৰুপ এফ : ফ্ৰান্স বনাম জাৰ্মানি – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, মিউনিখ
গ্ৰুপ বি : ফিনলেণ্ড বনাম ৰাছিয়া – ভাৰতীয় সময়ত সন্ধিয়া ৬.৩০ বজাত, ছেইণ্ট পিটাৰ্ছবাৰ্গ
গ্ৰুপ এ : টুৰ্কী বনাম ৱেলছ – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, বাকু
বৃহস্পতিবাৰ, ১৭ জুন
গ্ৰুপ এ : ইটালী বনাম ছুইজাৰলেণ্ড – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, ৰোম
গ্ৰুপ চি : ইউক্ৰেইন বনাম নৰ্থ মেচিডোনিয়া – ভাৰতীয় সময়ত সন্ধিয়া ৬.৩০ বজাত, বুক্ৰেষ্ট
গ্ৰুপ বি : ডেনমাৰ্ক বনাম বেলজিয়াম – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, কোপেনহেগান
শুকুৰবাৰ, ১৮ জুন
গ্ৰুপ চি : নেডাৰলেণ্ড বনাম অষ্ট্ৰিয়া – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, আমষ্টাৰ্ডাম
গ্ৰুপ ই : চুইডেন বনাম শ্লোভেকিয়া – ভাৰতীয় সময়ত সন্ধিয়া ৬.৩০ বজাত, ছেইণ্ট পিটাৰ্ছবাৰ্গ
গ্ৰুপ ডি : ক্ৰোয়েচিয়া বনাম চেক গণৰাজ্য – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, গ্লাছগ’
শনিবাৰ, ১৯ জুন
গ্ৰুপ ডি : ইংলেণ্ড বনাম স্কটলেণ্ড – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, লণ্ডন
গ্ৰুপ এফ : হাংগেৰী বনাম ফ্ৰান্স – ভাৰতীয় সময়ত সন্ধিয়া ৬.৩০ বজাত, বুডাপেষ্ট
গ্ৰুপ এফ : পৰ্টুগাল বনাম জাৰ্মানি – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, মিউনিখ
দেওবাৰ, ২০ জুন
গ্ৰুপ ই : স্পেইন বনাম পোলেণ্ড – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, শ্যভিল
গ্ৰুপ এ : ইটালী বনাম ৱেলছ – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, ৰোম
গ্ৰুপ এ : ছুইজাৰলেণ্ড বনাম টুৰ্কী – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, বাকু
সোমবাৰ, ২১ জুন
গ্ৰুপ চি : নৰ্থ মেচিডোনিয়া বনাম নেডাৰলেণ্ড – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, আমষ্টাৰ্ডাম
গ্ৰুপ চি : ইউক্ৰেইন বনাম অষ্ট্ৰিয়া – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, বুক্ৰেষ্ট
মঙলবাৰ, ২২ জুন
গ্ৰুপ বি : ৰাছিয়া বনাম ডেনমাৰ্ক – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, কোপেনহেগান
গ্ৰুপ বি : ফিনলেণ্ড বনাম বেলজিয়াম – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, ছেইণ্ট পিটাৰ্ছবাৰ্গ
বুধবাৰ, ২৩ জুন
গ্ৰুপ ডি : চেক গণৰাজ্য বনাম ইংলেণ্ড – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, লণ্ডন
গ্ৰুপ ডি : ক্ৰোয়েচিয়া বনাম স্কটলেণ্ড – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, গ্লাছগ’
গ্ৰুপ ই : শ্লোভেকিয়া বনাম স্পেইন – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, শ্যভিল
গ্ৰুপ ই : চুইডেন বনাম পোলেণ্ড – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, ছেইণ্ট পিটাৰ্ছবাৰ্গ
বৃহস্পতিবাৰ, ২৪ জুন
গ্ৰুপ এফ : জাৰ্মানি বনাম হাংগেৰী – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, মিউনিখ
গ্ৰুপ এফ : পৰ্টুগাল বনাম ফ্ৰান্স – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, বুডাপেষ্ট
ৰাউণ্ড অৱ ১৬
শনিবাৰ, ২৬ জুন
১: ২এ বনাম ২বি – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, আমষ্টাৰ্ডাম
দেওবাৰ, ২৭ জুন
২: ১এ বনাম ২চি – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, লণ্ডন
৩: ১চি বনাম ৩ডি/ই/এফ – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, বুডাপেষ্ট
সোমবাৰ, ২৮ জুন
৪: ১বি বনাম ৩এ/ডি/ই/এফ – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, শ্যভিল
৫: ২ডি বনাম ২ই – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, কোপেনহেগান
মঙলবাৰ, ২৯ জুন
৬: ১এফ বনাম ৩এ/বি/চি – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, বুক্ৰেষ্ট
৭: ১ডি বনাম ২এফ – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, লণ্ডন
বুধবাৰ, ৩০ জুন
৮: ১ই বনাম ৩এ/বি/চি/ডি – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, গ্লাছগ’
কোৱাৰ্টাৰ ফাইনেল (QF)
শুকুৰবাৰ, ২ জুলাই
QF১: ৬ৰ বিজেতা বনাম ৫ৰ বিজেতা – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, ছেইণ্ট পিটাৰ্ছবাৰ্গ
শনিবাৰ, ৩ জুলাই
QF২: ৪ৰ বিজেতা বনাম ২ৰ বিজেতা – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, মিউনিখ
QF৩: ৩ৰ বিজেতা বনাম ১ৰ বিজেতা – ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত, বাকু
দেওবাৰ, ৪ জুলাই
QF৪: ৮ৰ বিজেতা বনাম ৭ৰ বিজেতা – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, ৰোম
ছেমি ফাইনেল (SF)
বুধবাৰ, ৭ জুলাই
SF১: QF২ৰ বিজেতা বনাম QF১ৰ বিজেতা – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, লণ্ডন
বৃহস্পতিবাৰ, ৮ জুলাই
SF২: QF৪ৰ বিজেতা বনাম QF৩ৰ বিজেতা – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, লণ্ডন
ফাইনেল
সোমবাৰ, ১২ জুলাই
SF১ৰ বিজেতা বনাম SF২ৰ বিজেতা – ভাৰতীয় সময়ত নিশা ১২.৩০ বজাত, লণ্ডন
কিদৰে ইউৰো কাপ ২০২১ উপভোগ কৰিব?
ভাৰতত ছ’নি স্পৰ্ষ্ট নেটৱৰ্কৰ ৪ টা চেনেলত ইউৰো কাপ ২০২১ সম্প্ৰচাৰ কৰি থকা হৈছে। চেনেল কেইটা হৈছে – ছ’নি ছিক্স, ছ’নি টেন ১, ছ’নি টেন ৩, ছ’নি টেন ৪। ইয়াৰ উপৰি ছ’নিলিভ (SonyLiv) এপ আৰু ৱেবছাইটতো ইউৰো কাপ ২০২০ উপভোগ কৰিব পাৰিব।
লগতে পঢ়ক : বন বিভাগৰ হিচাপত বাঘজান কাণ্ডৰ পৰিৱেশৰ ওপৰত পৰা ক্ষতিৰ পৰিমাণ ২৫,০০০ কোটি টকাতকৈ অধিক