ৰূপহীহাট : জুৰীয়াৰ সূঁতিৰপাৰত আৱকাৰী বিভাগৰ অভিযান। নগাঁও আৱকাৰী বিভাগৰ অভিযান সূঁতিৰপাৰৰ কুৰি ঘৰীয়াত।
নগাঁও জিলাৰ জুৰীয়াত চুলাই মদৰ বিৰুদ্ধে আৱকাৰী বিভাগে চলায় এক অভিযান। চি আৰ পি এফ আৰু আৰক্ষীৰ সহযোগত এই অভিযান চলায় আৱকাৰী বিভাগে।
লগতে পঢ়ক : বিৰোধী শিবিৰ একত্ৰিত নোহোৱাৰ বাবেই এই ফলাফল নেকি
চুলাই মদ প্ৰস্তুত কৰা কেইবাটাও পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ উচ্ছেদ কৰে চুলাই মদৰ ঘাটি।আৱকাৰী বিভাগে নষ্ট কৰে ৬০০০ লিটাৰ চুলাই মদ। মদ প্ৰস্তুত কৰা সামগ্ৰীও নষ্ট কৰে আৱকাৰী বিভাগে।