- অসম-অৰুণাচল সীমান্তৰ ডিৰাক গেটৰ সমীপৰ মহাদেৱপুৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী।
- অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত চি আৰ পি এফৰ অভিযানত উদ্ধাৰ এই বিস্ফোৰক সামগ্ৰী।
- তিনিগৰাকী লোকে কঢ়িয়াই অনাৰ সন্দেহ বিস্ফোৰক সামগ্ৰীখিনি।
- বিস্ফোৰক সামগ্ৰী উদ্ধাৰক লৈ অসম-অৰুণচাল সীমান্তত চাঞ্চল্য সৃৃষ্টি।
অসম-অৰুণাচলপ্ৰদেশ সীমান্তত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী
