সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰিত পুনৰ সংঘটিত হ’ল যুৱ ব্যৱসায়ীৰ ওপৰত আক্ৰমণৰ ঘটনা। পিতা-পুত্ৰই মিলি দাৰে ডিঙিত ঘপিওৱাৰ অভিযোগ যুৱ ব্যৱসায়ী চন্দন গগৈক।

কিছুদিন পূৰ্বে সোণাৰি কাকতিবাৰীৰ যুৱ ব্যৱসায়ী চন্দন গগৈৰ ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ পিছত আজি পুনৰ আক্ৰমণ কৰে দুজন ব্যক্তিয়ে।


ভূপেন বৰগোহাঁই আৰু সঞ্জীৱ বৰগোহাঁই নামৰ পিতা-পুত্ৰ দুজনে চোকা দাৰে আক্ৰমণ কৰে চন্দনক।কাকতিবাৰী আৰক্ষীয়ে আটক কৰিছে ভূপেন বৰগোহাঁই আৰু সঞ্জীৱ বৰগোহাঁইক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply