হোজাইঃ তুম্প্ৰেং- হোজাই পথৰ কাষৰ জংঘলত ভাৰতীয় খাদ্য নিগমৰ ৭ বস্তা চাউল উদ্ধাৰ।

উদ্ধাৰ হোৱা চাউলসমূহ পশ্চিম কাৰ্বি আংলঙৰ কোনো সমবায় সমিতিৰ হ’ব পাৰে বুলি ৰাইজে সন্দেহ কৰিছে।

লগতে পঢ়কঃৰূপহীত নিৰ্বাচনী প্ৰচাৰ সভাত নেমু চেপি চৰবতৰ মজা ল’লে মুখ্যমন্ত্ৰীয়ে

কিন্তুু পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং সমবায় সমিতি ,হামৰেন সমবায় সমিতি, হাৰলংচৰা সমবায় সমিতি আৰু হাংলংক্ৰ সমবায় সমিতিয়ে উদ্ধাৰ হোৱা চাউলখিনি তেওঁলোকৰ নহয় বুলি উল্লেখ কৰিছে।

এইদৰে পথৰ দাঁতিত চাউল উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply