- কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী – উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা।
- বিপদসীমাৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
- সেয়ে আভ্যন্তৰীন জল পৰিবহন বিভাগে ফেৰী সেৱা বন্ধৰ সিদ্ধান্ত লয়।
অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ফেৰী সেৱা বন্ধৰ সিদ্ধান্ত লৈছে জলপৰিবহণ বিভাগে
