বকোৰ ছমৰীয়াত নিশা অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত পাঁচ খনকৈ দোকান জুইত জাহ যায় ৷
এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ লক্ষ্যধিক টকাৰ সম্পত্তি জুইত ধ্বংশ হয় ৷ তিনিখন গেলামাল , এখন চাহ দোকান আৰু এটা গুডামত লাগে জুই ৷
চাহ দোকানৰ চৌকাৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৷ ঘটনা স্থলীত অগ্নি নিৰ্বাপক বাহিনী উপষ্ঠিত হৈ জুই নিৰ্বাপন কৰে