বকোৰ ছমৰীয়াত নিশা অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত পাঁচ খনকৈ দোকান জুইত জাহ যায় ৷

এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ লক্ষ্যধিক টকাৰ সম্পত্তি জুইত ধ্বংশ হয় ৷ তিনিখন গেলামাল , এখন চাহ দোকান আৰু এটা গুডামত লাগে জুই ৷

চাহ দোকানৰ চৌকাৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৷ ঘটনা স্থলীত অগ্নি নিৰ্বাপক বাহিনী উপষ্ঠিত হৈ জুই নিৰ্বাপন কৰে

লগতে পঢ়ক- মণিপুৰ বিধানসভাৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply