মহানগৰীৰ পাটৰকুচিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । জুইত জাহ যায় ২৫তাতকৈও অধিক ঘৰ ।

জুইত জাহ যায় এগৰাকী আৰক্ষী প্ৰশাসনৰ লোকৰ বাসগৃহ । প্ৰাক্তন আৰক্ষী বিষয়া নবীন চন্দ্ৰ বৰাৰ ঘৰত সূত্ৰপাত হয় জুইৰ । ।

আৰক্ষী লোকজনৰ ঘৰত আছিল ৩০তাতকৈও অধিক ভাড়া ঘৰ । তিনিখনকৈ বাহন জ্বলি যায় অগ্নিকাণ্ডৰ ফলত । এই মুহুৰ্তৰ লৈকে এটা শিশু নিৰুদ্দেশ হৈ আছে ঘটনাস্থলীত ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply