হোজাইত মাজনিশা অগ্নিকান্ড

হোজাইত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড

হোজাই চহৰৰ মাজমজিয়াত থকা চেৰৱাগী টেক্সটাইলৰ ওপৰমহলাত থকা ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড

অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন গাড়ী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই

বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ

প্ৰায় ডেৰ লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় অগ্নিকাণ্ডৰ ফলত

লগতে পঢ়ক সোমবাৰৰ পৰা ৬ বজালৈকে দোকান বজাৰ খোলাৰ প্ৰস্তুতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply