মৰিগাঁও জিলাৰ লাহৰীঘাটত উৰুকাৰ নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।
কাঠনি গৰমবজাৰত সংঘটিত এই অগ্নিকাণ্ড।
বজাৰখনৰ ১১খনকৈ দোকান এই অগ্নিকাণ্ডত ভস্মীভূত হয়।


এই অগ্নিকাণ্ডত ফলত প্রায় ১ কোটি টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ।
স্থানীয় ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত জুই।

লগতে পঢ়ক- বিকানেৰ-গুৱাহাটী এক্সপ্রেছ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply