বৈঠালাংছ’: পশ্চিম কাৰ্বিআংলঙত পুনৰ পাহাৰীয়া ঢলৰ তাণ্ডৱ ।
পাহাৰৰ পৰা অহা ঢলৰ বাঢ়নি পানীয়ে বুৰাই পেলালে আমট্ৰেঙৰ বহু অঞ্চল।
বৈঠালাংছ’-গুৱাহাটী পথৰ ওপৰেদি বৈছে ঢলৰ বাঢ়নি পানী।
আমট্ৰেং দৈনিক বজাৰৰ বহু দোকানঘৰো বিস্তৰ ক্ষতি সাধন কৰে।
আজি দুপৰীয়া এক ঘন্টা ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলতে সৃষ্টি হয় এই পাহাৰীয়া ঢলৰ তাণ্ডৱ ।
দুদিনৰ পূৰ্বে একেটা অঞ্চল পাহাৰীয়া ঢলে ক্ষতিগ্ৰস্থ কৰাৰ পিছত আজি আকৌ বিস্তৰ এলেকা ক্ষতি কৰে ।
লগতে পঢ়ক-কাইলৈ পৰা বন্ধ থাকিব পেট্ৰ’ল পাম্প