লখিমপুৰত ফ্লাইং স্কোৱাডৰ অভিযান

লখিমপুৰ- লখিমপুৰত আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ অভিযান
আৰক্ষীৰ তালাচীত জব্দ ১লাখ ৭৫ হাজাৰ টকা

ৰাজ্যত নিৰ্বাচনী বিধি বলবৎ হোৱাৰ পিছতে টকাৰ উজান

লখিমপুৰ জিলাৰ বগীনদীত জিলা প্ৰশাসন আৰু আৰক্ষীৰ তালাচীত জব্দ ১লাখ ৭৫ হাজাৰ টকা

বিধানসভা নিৰ্বাচনক লৈ লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশত বগীনদীৰ গজাই মনাই ক্ষেত্ৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কদম ৰাজহচক্ৰৰ চক্ৰ বিষয়া গোপাল শৰ্মাৰ নেতৃত্বত চলে এই অভিযান

বগীনদী আৰক্ষী আৰু ঢকুৱাখনাৰ নিৰ্বাচনি বিষয়াৰ সহযোগত চলোৱা এই তালাচী অভিযানত AS06 X 7899 নম্বৰৰ গাড়ীৰ পৰা জব্দ কৰা হয় নগদ ১ লাখ ৭৫ হাজাৰ টকা

জব্দ কৰা নগদ টকা খিনি ধেমাজি জিলাৰ চিলাপথাৰৰ প্ৰদীপ ৰাঠীৰ বুলি জানিব পৰা গৈছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply