মাজুলীঃ মাজুলীৰ কমলাবাৰী চাৰিআলিত খাদ্য, অসামৰিক যোগান বিভাগৰ অভিযান।
কমলাবাৰী মাজমজিয়াত থকা ‘সুশীল ষ্ট’ৰ’ নামৰ দোকানখনৰ পৰা উদ্ধাৰ কৰিছে বহু ম্যাদ উকলা সামগ্ৰী।
অতিৰিক্ত উপায়ুক্ত ধৃতিমান দাসৰ নেতৃত্বত মাজুলী যোগান বিভাগে এই অভিযানটো চলায়।
লগতে পঢ়কঃকৰিমগঞ্জত আৰক্ষীৰ এনকাউণ্টাৰ নিহত আগ্নেয়াস্ত্ৰ সৰবৰাহকাৰী নুৰুল ইছলাম
দোকানখনৰ পৰা যোগান বিভাগে ম্যাদ উকলা বুটমাহ , চয়াবিন ,ময়দা , আটা , ‘আমূল টাজা’ গাখীৰ আদিকে ধৰি বহু বস্তু উদ্ধাৰ কৰে ৷