নিউজ ডেস্কঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাঁপাৰা ৰেঞ্জত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷

গড়ঁৰ আক্ৰমণত নিহত হৈছে এগৰাকী ফৰেষ্ট বেটেলিয়নৰ জোৱান ৷

আৰু পঢ়কঃপুনৰ অৰুনাচলীয়ে অসমৰ ভূমি দখলৰ চেষ্টা,উতপ্ত পথালিপাহাৰ

সতীৰ্থৰ সৈতে কেম্পৰ পৰা বজাৰলৈ ওলাই অহাৰ সময়তে গঁড়ে আক্ৰমণ কৰে জোৱানগৰাকীক ৷

নিহত জোৱান গৰাকী বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাৰ অনিমেশ ডেকা ৷

জানিব পৰা মতে, মাত্ৰ তিনি মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল জোৱান গৰাকী ৷

আৰু পঢ়কঃ চৰাইদেউত দুস্কৃতিকাৰীয়ে বিহ দি মাৰিছে নদীৰ মাছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply