গুৱাহাটীঃ পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ।

শুকুৰবাৰে উশাহ-নিশাহত কষ্ট পাইছিল মহন্তই।

আৰু পঢ়কঃভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজকৰ দুৰ্দশা! কোভিড১৯ৰ ফলত বিধ্বস্ত শিল্পী সমাজ

ইয়াৰ পাছতেই প্ৰাক্তন মুখ্যমন্ত্ৰীজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বৰ্তমান গুৱাহাটীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰফুল্ল কুমাৰ মহন্ত।
কিছুদিনৰ পূৰ্বে অসুস্থতাৰ বাবে দিল্লীত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply