গুৱাহাটীঃ আজিৰেপৰা অসম বিধানসভাৰ নতুন অধিৱেশন আৰম্ভ হৈছে। আৰম্ভণিতে অধিৱেশনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপতগ্ৰহণ কৰে। প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে তেখেতক শপতবাক্য পাঠ কৰোৱায়।

আৰু পঢ়কঃঅখিল গগৈক শপত বাক্য পাঠ কৰালে প্ৰটেম সদস্য ফণীভূষণ চৌধুৰীয়ে

ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তথা দেশৰ একতা, অখণ্ডতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দায়ৱদ্ধতাৰ কথা দোহাৰি আৰু নিজৰ কৰ্তব্য ৰূপায়ণৰ প্ৰতি শ্ৰদ্ধাপূৰ্বক হৈ অসম বিধানসভাৰ মজিয়াত সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপতগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply