সৰ্বানন্দ সোণোৱাল

সদ্য প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় আজি বোকাখাত নগৰৰ সমীপৰ লখৌজানত দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা মতে আজি আবেলি প্ৰায় ৪ বজাত গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কোনো আঘাট পোৱা নাই যদিও কনভয়খনত থকা তেওঁৰ তিনি গৰাকী নিৰাপত্তাৰক্ষী আহত হয়।

লগতে পঢ়ক : ব্ৰজপাত নে অন্য কাৰণ? নগাঁৱৰ ১৮টা হাতীৰ মৃত্যুৰ প্ৰসংগত

প্ৰাপ্ত তথ্য মতে বিপৰীত দিশৰ পৰা আহি থকা এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দা মাৰে মুখ্য মন্ত্ৰীৰ কনভয়ৰ AS30-8766 নম্বৰৰ বলেৰ’ত।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS05-C-6309।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,269 other subscribers

Leave a comment

Leave a Reply