তেজপুৰ : ১৫ টাকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে সাংসাদ পল্লৱ লোচন দাসে। লোকনিৰ্মাণ বিভাগৰ আঁচনিৰ অধীনত তেজপুৰ চহৰৰ ১৫ টা পথ নিৰ্মাণৰ আধাৰশিলা স্থপন কৰে তেজপুৰ সাংসাদ পল্লৱ লোচন দাসে।
বৃহস্পতিবাৰে তেজপুৰ ৰৱৰবাগানৰ জলসম্পদ তথা লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপন অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : কোকৰাঝাৰৰ লংগা নদীত মৃতদেহ উদ্ধাৰ
অনুষ্ঠানৰ জৰিয়তে তেজপুৰ চহৰৰ ১৫ টা পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী অসমৰ গ্ৰামীণ অঞ্চলৰ উন্নয়ন সাৰ্থক কৰিবলৈ আহ্বান জনায় বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে সাংসদ পল্লৱ লোচন দাসে।