মুক্তিযোদ্ধা চক্ৰ ভূঞাৰ দেহাৱসান

লখিমপুৰত মুক্তি যুঁজাৰু চক্ৰ ভূঞাৰ দেহাৱসান।
দেশৰ স্বাধীনতাৰ সংগ্ৰামত অংশ লৈ চক্ৰ ভূঞাই দিছিল দেশাত্মবোধৰ পৰিচয়।
৯৫ বছৰ বয়সত পানীগাঁও স্থিত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে তেওঁ।


১৯২৭ চনৰ ১০ জুনত জন্মগ্ৰহণ কৰা ভূঞাই পানীগাঁও এম ভি স্কুলত ৫৮ বছৰ কাল শিক্ষকতা কৰিছিল আৰু কৃতি শিক্ষক হিচাপে ৰাজ্য চৰকাৰৰ পৰা সন্মান বুটলিবলৈ সক্ষম হৈছিল।


তেওঁৰ মৃত্যুত উত্তৰ অসমত পৰিছে শোকৰ ছা পৰে।মুক্তিযোদ্ধা গৰাকীক আজি ৰাজ্যিক মৰ্য্যাদাৰে শেষকৃত্য সম্পন্ন কৰে জিলা প্ৰশাসনে।

লগতে পঢ়ক- ধিঙৰ অতুলে তিনিজন নহয় চাৰিজন উঠিব পৰা স্কুটাৰেই বনালে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply