নিউজ ডেস্কঃ পুনৰ বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য। শনিবাৰে দেশত পুনৰ ইন্ধনৰ নতুন মূল্য নিৰ্দ্ধাৰণ কৰা হয়।
পেট্ৰ’লৰ মূল্য ৩৪-৪৩ পইচালৈ আৰু ডিজেলৰ মূল্য ২৮-৩৬ পইচালৈ বৃদ্ধি পালে।
ইফালে, অসমত ১০০টকা অতিক্ৰম কৰিছে এক্সট্ৰা প্ৰিমিয়াম পেট্ৰ’লৰ মূল্যই।
পে’ট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ পিছত গুৱাহাটীত প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য হৈছে ৯৬.৭০ টকা, ডিজেলৰ মূল্য ৮৯.২২টকা ।
নগাঁৱত পে’ট্ৰলৰ মূল্য ৯৭.৯৮টকা, ডিজেলৰ মূল্য ৯০.৫৪টকা।
মাজুলীত পে’ট্ৰলৰ মূল্য ৯৮.৯১টকা, ডিজেলৰ ৯১.২৮টকা।
মাজুলীত এক্সট্ৰা প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য ১০৩.১৮টকা।
তেজপুৰত পে’ট্ৰলৰ মূল্য ৯৭.০৫, ডিজেলৰ ৮৯.৫৭টকা।
লখিমপুৰত পেট্ৰ’লৰ মূল্য ৯৮.৭৯টকা, ডিজেলৰ ৯১.২৯ টকা।
বঙাইগাঁৱত পে’ট্ৰলৰ মূল্য ৯৬.৮৪টকা, ডিজেলৰ ৮৯.৩৫ টকা।
তিনিচুকীয়াত পেট্ৰ’লৰ মূল্য ৯৬.৭৭টকা, ডিজেলৰ ৮৯.২৯টকা।
যোৰহাটত পে’ট্ৰলৰ মূল্য ৯৭.১১, ডিজেলৰ ৮৯.৬১টকা আনহাতে এক্সট্ৰা প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য ১০১.৩৭টকা।