শোণিতপুৰ জিলাৰ জামুগুৰিহাট আৰক্ষীৰ বৃহৎ সফলতা।
জামুগুৰিহাটৰ কুসুমটোলাত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা ।
ধৰ্মেশ্বৰ নায়ক নামৰ ব্যক্তি জনৰ গৃহৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি।
গাঞ্জাখিনিৰ মূল্য লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
দীৰ্ঘ দিন ধৰি এই গৰাকী ব্যক্তি জড়িত আছিল গাঞ্জা ব্যৱসায়ৰ লগত।
লগতে পঢ়ক তেজপুৰত আশা কৰ্মীৰ চাহবাগিছা বৰ্জন