নিউজ ডেস্কঃ ছেবাই চেষ্টা কৰিছে কিন্তু নোৱাৰিছে। কিমান যে আৰু যন্ত্ৰণা। এটা লেথা শেষ হ’লে আনটো লেথা লম্ভিছে ছেবাৰ প্ৰস্তুত কৰা প্ৰশ্নকাকত।
এইবাৰ ফাদিল হ’ল মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত।
হোৱাটছেপত বিয়পি পৰিছে মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত।
প্ৰথমে বিজ্ঞান, তাৰ পিছত অসমীয়া আৰু এতিয়া শেহতীয়াকৈ খবৰ পোৱা অনুসৰি ভূগোলৰো প্ৰশ্নকাকত ফাদিল হৈছে ।
অহা ২০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া কথা আছিল ভূগোল বিষয়ৰ পৰীক্ষা।
উল্লেখযোগ্য যে, বৰ্তমানলৈকে শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু ছেবাই এই বিষয়ে স্পষ্টীকৰণ দিয়া নাই।
লগতে পঢ়ক –