গেৰুকামুখঃ গেৰুকামুখত এন এইচ পি চি মূল বান্ধৰ ৮ নং ব্লকত হৈছে এই ঘটনা। উত্তপ্ত পৰিস্থিতি। অসম আৰু অৰুণাচলৰ শ্ৰমিকৰ মাজত সংঘাত। দুজন শ্ৰমিকে দেহৰ অংগ কাটি পূজা কৰাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।

লগতে পঢ়কঃবোকাখাতত ড্ৰাগছসহ আটক চাৰি ড্ৰাগছ সৰবৰাহকাৰী

উত্তেজিত শ্ৰমিকে জ্বলাই দিলে কেম্প। কেম্পৰ ভিতৰত আৱদ্ধ হৈ আছিল কেইবাজনো শ্ৰমিক। ঘটনাত গুৰুত্বৰভাৱে আহত দুজনকৈ শ্ৰমিক। ঘটনাস্থলীত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply